[{"index":"1","arabicText":"اَلْهٰىكُمُ التَّكَاثُرُ ۟ۙ","assameseTranslation":"প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।","footnotes":"","tafseer":"হে মানৱ! তোমালোকক তোমালোকৰ ধন-সম্পদ আৰু সন্তান সন্ততিৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/102001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/102001.mp3"},{"index":"2","arabicText":"حَتّٰی زُرْتُمُ الْمَقَابِرَ ۟ؕ","assameseTranslation":"যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।","footnotes":"","tafseer":"যেতিয়ালৈকে তোমালোকৰ মৃত্যু নহ’ব আৰু তোমালোকে কবৰত উপনীত নহ’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/102002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/102002.mp3"},{"index":"3","arabicText":"كَلَّا سَوْفَ تَعْلَمُوْنَ ۟ۙ","assameseTranslation":"সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।","footnotes":"","tafseer":"এই প্ৰতিযোগিতাত মোহাচ্ছন্ন হোৱাটো তোমালোকৰ বাবে কদাপিও উচিত নাছিল, যিয়ে তোমালোকক আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে। এতেকে শীঘ্ৰেই তোমালোকে এই অমনোযোগিতাৰ পৰিণাম সম্পৰ্কে জানিবলৈ পাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/102003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/102003.mp3"},{"index":"4","arabicText":"ثُمَّ كَلَّا سَوْفَ تَعْلَمُوْنَ ۟ؕ","assameseTranslation":"আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।","footnotes":"","tafseer":"পুনৰ কৈছোঁ, শীঘ্ৰেই তোমালোকে এই অমনোযোগিতাৰ পৰিণাম সম্পৰ্কে জানিবলৈ পাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/102004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/102004.mp3"},{"index":"5","arabicText":"كَلَّا لَوْ تَعْلَمُوْنَ عِلْمَ الْیَقِیْنِ ۟ؕ","assameseTranslation":"হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম কি)।","footnotes":"","tafseer":"সত্য কথাটো হৈছে যদি তোমালোকে বিশ্বাস কৰিলাহেঁতেন যে, তোমালোকে পুনৰুত্থিত হৈ আল্লাহৰ আগত থিয় হ’ব লাগিব, আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব, তেতিয়াহ’লে তোমালোকে কেতিয়াও নিজৰ ধন-সম্পদ আৰু সন্তান-সন্ততিক লৈ গৌৰৱ কৰাৰ প্ৰতিযোগিতা নকৰিলাহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/102005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/102005.mp3"},{"index":"6","arabicText":"لَتَرَوُنَّ الْجَحِیْمَ ۟ۙ","assameseTranslation":"নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।","footnotes":"","tafseer":"আল্লাহৰ শপত! নিশ্চয় তোমালোকে ক্বিয়ামতৰ দিনা জাহান্নামক দেখিবলৈ পাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/102006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/102006.mp3"},{"index":"7","arabicText":"ثُمَّ لَتَرَوُنَّهَا عَیْنَ الْیَقِیْنِ ۟ۙ","assameseTranslation":"আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।","footnotes":"","tafseer":"আকৌ কৈছোঁ, তোমালোকে ইয়াক নিশ্চিতৰূপে দেখিবলৈ পাবা। ইয়াত কোনো সন্দেহ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/102007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/102007.mp3"},{"index":"8","arabicText":"ثُمَّ لَتُسْـَٔلُنَّ یَوْمَىِٕذٍ عَنِ النَّعِیْمِ ۟۠","assameseTranslation":"তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।","footnotes":"","tafseer":"তাৰ পাছত সিদিনাখন আল্লাহে তোমালোকক স্বাস্থ্য আৰু ধন-সম্পত্তি আদি অনুগ্ৰহসমূহৰ বিষয়ে নিশ্চিতৰূপে সোধ-পোচ কৰিব, যিবোৰ তেওঁ তোমালোকক দান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/102008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/102008.mp3"}]