[{"index":"1","arabicText":"اِنَّاۤ اَعْطَیْنٰكَ الْكَوْثَرَ ۟ؕ","assameseTranslation":"নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাক প্ৰচুৰ কল্যাণ প্ৰদান কৰিছোঁ। তাৰে অন্যতম এটা হৈছে জান্নাতৰ নদী আল-কাউছাৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/108001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/108001.mp3"},{"index":"2","arabicText":"فَصَلِّ لِرَبِّكَ وَانْحَرْ ۟ؕ","assameseTranslation":"এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।","footnotes":"","tafseer":"গতিকে এই অনুগ্ৰহ বা কল্যাণৰ কাৰণে আল্লাহৰ কৃতজ্ঞতা পালন কৰি কেৱল তেওঁৰ উদ্দেশ্যে ছালাত আদায় কৰক আৰু কুৰবানী কৰক। যিদৰে মুশ্বৰিকসকলে সিহঁতৰ মূৰ্তিবোৰৰ বাবে কুৰবানী কৰি বা জন্তু বলিদান দি সিহঁতৰ নৈকট্য লাভ কৰাত উঠি পৰি লাগিছে, সেই কাম আপুনি নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/108002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/108002.mp3"},{"index":"3","arabicText":"اِنَّ شَانِئَكَ هُوَ الْاَبْتَرُ ۟۠","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।","footnotes":"","tafseer":"নিঃসন্দেহে আপোনাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে সকলো প্ৰকাৰৰ কল্যাণৰ পৰা বঞ্চিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/108003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/108003.mp3"}]