[{"index":"1","arabicText":"قُلْ یٰۤاَیُّهَا الْكٰفِرُوْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘হে কাফিৰসকল !","footnotes":"","tafseer":"হে ৰাছুল! কওক যে, হে আল্লাহক অস্বীকাৰকাৰীসকল!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/109001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/109001.mp3"},{"index":"2","arabicText":"لَاۤ اَعْبُدُ مَا تَعْبُدُوْنَ ۟ۙ","assameseTranslation":"তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,","footnotes":"","tafseer":"যিবোৰ মূৰ্ত্তিক তোমালোকে পূজা-পাঠ কৰা, সেইবোৰক মই এতিয়াও পূজা নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/109002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/109002.mp3"},{"index":"3","arabicText":"وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ۟ۚ","assameseTranslation":"আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,","footnotes":"","tafseer":"আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰোঁ। সেইজন হৈছে একক তথা অদ্বিতীয় আল্লাহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/109003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/109003.mp3"},{"index":"4","arabicText":"وَلَاۤ اَنَا عَابِدٌ مَّا عَبَدْتُّمْ ۟ۙ","assameseTranslation":"আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।","footnotes":"","tafseer":"আৰু তোমালোকে যিবোৰ মূৰ্তিক পূজা কৰা, সেইবোৰৰ মই ইবাদতকাৰী নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/109004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/109004.mp3"},{"index":"5","arabicText":"وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ۟ؕ","assameseTranslation":"আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,","footnotes":"","tafseer":"আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰোঁ। সেইজন হৈছে একক তথা অদ্বিতীয় আল্লাহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/109005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/109005.mp3"},{"index":"6","arabicText":"لَكُمْ دِیْنُكُمْ وَلِیَ دِیْنِ ۟۠","assameseTranslation":"(গতিকে) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।","footnotes":"","tafseer":"তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম, যিটো তোমালোকে নিজৰ ইচ্ছামতে বনাই লৈছা, আৰু মোৰ কাৰণে মোৰ ধৰ্ম, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/109006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/109006.mp3"}]