[{"index":"1","arabicText":"اِذَا جَآءَ نَصْرُ اللّٰهِ وَالْفَتْحُ ۟ۙ","assameseTranslation":"যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব,","footnotes":"","tafseer":"হে ৰাছুল! যেতিয়া আপোনাৰ দ্বীনৰ বাবে আল্লাহৰ সহায় আহি যাব, আৰু মক্কা বিজয় হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/110001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/110001.mp3"},{"index":"2","arabicText":"وَرَاَیْتَ النَّاسَ یَدْخُلُوْنَ فِیْ دِیْنِ اللّٰهِ اَفْوَاجًا ۟ۙ","assameseTranslation":"আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰা দেখিবলৈ পাবা,","footnotes":"","tafseer":"আৰু আপুনি মানুহক দলে দলে ইছলামত প্ৰৱেশ হোৱা দেখিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/110002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/110002.mp3"},{"index":"3","arabicText":"فَسَبِّحْ بِحَمْدِ رَبِّكَ وَاسْتَغْفِرْهُ ؔؕ اِنَّهٗ كَانَ تَوَّابًا ۟۠","assameseTranslation":"তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।","footnotes":"","tafseer":"তেতিয়া আপুনি জানি ল’ব যে, এইটো হৈছে সেই মিচনৰ সমাপ্তিৰ নিকটৱৰ্তীৰ ইংগিত, যাৰ সৈতে আপোনাক প্ৰেৰণ কৰা হৈছে। আপুনি সহায় আৰু বিজয় প্ৰদানৰ প্ৰতি কৃতজ্ঞতা পালন স্বৰূপে আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু পৱিত্ৰতা বৰ্ণনা কৰক, আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰৰ্থনা কৰক। নিশ্চয় তেওঁ বান্দাসকলৰ তাওবা কবুল কৰে আৰু তেওঁলোকক ক্ষমা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/110003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/110003.mp3"}]