[{"index":"1","arabicText":"قُلْ اَعُوْذُ بِرَبِّ الْفَلَقِ ۟ۙ","assameseTranslation":"কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।","footnotes":"","tafseer":"হে ৰাছুল! কৈ দিয়ক যে, মই প্ৰভাতৰ প্ৰতিপালকৰ সহায়ত প্ৰতিৰক্ষামূলক ব্যৱস্থা লওঁ আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/113001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/113001.mp3"},{"index":"2","arabicText":"مِنْ شَرِّ مَا خَلَقَ ۟ۙ","assameseTranslation":"তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,","footnotes":"","tafseer":"কষ্টদায়ক সৃষ্টিৰ অনিষ্টৰ পৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/113002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/113002.mp3"},{"index":"3","arabicText":"وَمِنْ شَرِّ غَاسِقٍ اِذَا وَقَبَ ۟ۙ","assameseTranslation":"আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,","footnotes":"","tafseer":"আৰু মই আল্লাহৰ আশ্ৰয় বিচাৰোঁ সেইবোৰ কষ্টদায়ক বস্তুৰ পৰা, যিবোৰ ৰাতিত ওলায়। যেনে- কীট-পতংগ, চোৰ-ডকাইত আদি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/113003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/113003.mp3"},{"index":"4","arabicText":"وَمِنْ شَرِّ النَّفّٰثٰتِ فِی الْعُقَدِ ۟ۙ","assameseTranslation":"আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,","footnotes":"","tafseer":"আৰু আল্লাহৰ আশ্ৰয় বিচাৰিছোঁ যাদুকৰ মহিলাৰ অনিষ্টৰ পৰা, যিসকলে গাঁঠিত ফুঁ দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/113004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/113004.mp3"},{"index":"5","arabicText":"وَمِنْ شَرِّ حَاسِدٍ اِذَا حَسَدَ ۟۠","assameseTranslation":"আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।","footnotes":"","tafseer":"আৰু আল্লাহৰ আশ্ৰয় বিচাৰোঁ হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসাৰ ভাৱনাৰে কোনো কাম কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/113005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/113005.mp3"}]