[{"index":"1","arabicText":"قُلْ اَعُوْذُ بِرَبِّ النَّاسِ ۟ۙ","assameseTranslation":"কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ","footnotes":"","tafseer":"হে ৰাছুল! কৈ দিয়ক যে, মই মানুহৰ প্ৰতিপালকৰ সহায়ত প্ৰতিৰক্ষামূলক ব্যৱস্থা লওঁ আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/114001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/114001.mp3"},{"index":"2","arabicText":"مَلِكِ النَّاسِ ۟ۙ","assameseTranslation":"মানুহৰ অধিপতিৰ,","footnotes":"","tafseer":"যিজন সকলো মানুহৰে অধিপতি। সিহঁতক যেনেকৈ বিচাৰে তেৱেঁই নিয়ন্ত্ৰণ কৰে। তেওঁৰ বাহিৰে সিহঁতৰ কোনো অধিপতি নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/114002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/114002.mp3"},{"index":"3","arabicText":"اِلٰهِ النَّاسِ ۟ۙ","assameseTranslation":"মানুহৰ ইলাহৰ ওচৰত,","footnotes":"","tafseer":"তেৱেঁই সিহঁতৰ সত্য উপাস্য। তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো সত্য উপাস্য নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/114003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/114003.mp3"},{"index":"4","arabicText":"مِنْ شَرِّ الْوَسْوَاسِ ۙ۬ الْخَنَّاسِ ۟","assameseTranslation":"আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,","footnotes":"","tafseer":"সেই চয়তানৰ অনিষ্টৰ পৰা, মানুহে যেতিয়া আল্লাহৰ জিকিৰৰ পৰা অমনোযোগী হয়, তেতিয়া সি মানুহৰ অন্তৰত কুমন্ত্ৰণা দিয়ে। আনহাতে যেতিয়া আল্লাহৰ জিকিৰ কৰিবলৈ ধৰে, তেতিয়া তাৰ পৰা আঁতৰি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/114004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/114004.mp3"},{"index":"5","arabicText":"الَّذِیْ یُوَسْوِسُ فِیْ صُدُوْرِ النَّاسِ ۟ۙ","assameseTranslation":"যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,","footnotes":"","tafseer":"যিয়ে মানুহৰ অন্তৰত কুভাৱনা দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/114005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/114005.mp3"},{"index":"6","arabicText":"مِنَ الْجِنَّةِ وَالنَّاسِ ۟۠","assameseTranslation":"জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।","footnotes":"","tafseer":"আৰু সি মানৱৰূপীও হয় আৰু জীনৰ পৰাও হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/114006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/114006.mp3"}]