[{"index":"1","arabicText":"یٰۤاَیُّهَا الْمُدَّثِّرُ ۟ۙ","assameseTranslation":"হে বস্ত্ৰাবৃত!","footnotes":"","tafseer":"হে বস্ত্ৰাবৃত ব্যক্তি! (অৰ্থাৎ হে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম।)","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074001.mp3"},{"index":"2","arabicText":"قُمْ فَاَنْذِرْ ۟","assameseTranslation":"উঠা, আৰু সতৰ্ক কৰা,","footnotes":"","tafseer":"উঠক আৰু আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074002.mp3"},{"index":"3","arabicText":"وَرَبَّكَ فَكَبِّرْ ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।","footnotes":"","tafseer":"আৰু নিজ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074003.mp3"},{"index":"4","arabicText":"وَثِیَابَكَ فَطَهِّرْ ۟","assameseTranslation":"আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা,","footnotes":"","tafseer":"আৰু নিজকে গুনাহৰ পৰা পৱিত্ৰ কৰক, লগতে ময়লা-আৱৰ্জনাৰ পৰা নিজৰ কাপোৰ পৱিত্ৰ ৰাখক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074004.mp3"},{"index":"5","arabicText":"وَالرُّجْزَ فَاهْجُرْ ۟","assameseTranslation":"আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,","footnotes":"","tafseer":"আৰু মূৰ্তিসমূহৰ পূজাৰ পৰা বিৰত থাকক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074005.mp3"},{"index":"6","arabicText":"وَلَا تَمْنُنْ تَسْتَكْثِرُ ۟","assameseTranslation":"আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।","footnotes":"","tafseer":"আৰু প্ৰতিপালকৰ ওচৰত এই বুলি অনুগ্ৰহ নিবিচাৰিব যে, আপুনি অধিক নেক আমল কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074006.mp3"},{"index":"7","arabicText":"وَلِرَبِّكَ فَاصْبِرْ ۟ؕ","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।","footnotes":"","tafseer":"সমস্যাৰ সন্মুখীন হ’লে আল্লাহৰ বাবে ধৈৰ্য্য ধাৰণ কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074007.mp3"},{"index":"8","arabicText":"فَاِذَا نُقِرَ فِی النَّاقُوْرِ ۟ۙ","assameseTranslation":"এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব,","footnotes":"","tafseer":"যেতিয়া শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074008.mp3"},{"index":"9","arabicText":"فَذٰلِكَ یَوْمَىِٕذٍ یَّوْمٌ عَسِیْرٌ ۟ۙ","assameseTranslation":"সেই দিনটো হ’ব এটা সংকটৰ দিন-","footnotes":"","tafseer":"এতেকে সেইদিৱসটো হ'ব, বহুত কঠিন দিৱস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074009.mp3"},{"index":"10","arabicText":"عَلَی الْكٰفِرِیْنَ غَیْرُ یَسِیْرٍ ۟","assameseTranslation":"যিটো কাফিৰসকলৰ বাবে সহজ নহয়।","footnotes":"","tafseer":"আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে সহজ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074010.mp3"},{"index":"11","arabicText":"ذَرْنِیْ وَمَنْ خَلَقْتُ وَحِیْدًا ۟ۙ","assameseTranslation":"যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ তাক মোলৈ এৰি দিয়া।","footnotes":"","tafseer":"হে ৰাছুল, মোক আৰু সেই ব্যক্তিক এৰি দিয়ক, যাক মই তাৰ মাকৰ গৰ্ভত অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ। তেতিয়া তাৰ কোনো ধন নাছিল, সন্তানো নাছিল। (ইয়াত অলীদ বিন মুগীৰাক উদ্দেশ্য কৰা হৈছে।)","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074011.mp3"},{"index":"12","arabicText":"وَّجَعَلْتُ لَهٗ مَالًا مَّمْدُوْدًا ۟ۙ","assameseTranslation":"আৰু যাক মই প্ৰদান কৰিছোঁ বিপুল ধন-সম্পদ,","footnotes":"","tafseer":"যাক মই অত্যাধিক ধন-সম্পদ প্ৰদান কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074012.mp3"},{"index":"13","arabicText":"وَّبَنِیْنَ شُهُوْدًا ۟ۙ","assameseTranslation":"আৰু (প্ৰদান কৰিছোঁ) নিত্যসঙ্গী পুত্ৰসকল।","footnotes":"","tafseer":"আৰু মই তাক এনেকুৱা পুত্ৰ দান কৰিছোঁ, যিসকলে সদায় তাৰ লগত উপস্থিত থাকে আৰু সভা সমিতিত অংশগ্ৰহণ কৰে। তাক কোনো ভ্ৰমণতে অকলে যাব নিদিয়ে, কাৰণ তাৰ ওচৰত আছে প্ৰচুৰ ধন-সম্পদ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074013.mp3"},{"index":"14","arabicText":"وَّمَهَّدْتُّ لَهٗ تَمْهِیْدًا ۟ۙ","assameseTranslation":"আৰু তাক প্ৰদান কৰিছোঁ স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ-","footnotes":"","tafseer":"লগতে মই তাক সুখময় জীৱন, প্ৰচুৰ জীৱিকা আৰু সন্তান-সন্ততি প্ৰদান কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074014.mp3"},{"index":"15","arabicText":"ثُمَّ یَطْمَعُ اَنْ اَزِیْدَ ۟ۗۙ","assameseTranslation":"তথাপিও সি কামনা কৰে যে, মই যেন তাক আৰু অধিক দিওঁ!","footnotes":"","tafseer":"সি মোৰ লগত কুফুৰী কৰাৰ পিছতো এই আশা কৰে যে, মই তাক আৰু অধিক প্ৰদান কৰিম। যদিও তাক মই বহুত দিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074015.mp3"},{"index":"16","arabicText":"كَلَّا ؕ اِنَّهٗ كَانَ لِاٰیٰتِنَا عَنِیْدًا ۟ؕ","assameseTranslation":"কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে সি ভাবিছে। দৰাচলতে সি হৈছে আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা আমাৰ আয়াতসমূহৰ শত্ৰু, আৰু সেইবোৰৰ অস্বীকাৰকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074016.mp3"},{"index":"17","arabicText":"سَاُرْهِقُهٗ صَعُوْدًا ۟ؕ","assameseTranslation":"অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।","footnotes":"","tafseer":"শীঘ্ৰেই মই তাক এনেকুৱা বেদনাদায়ক শাস্তিত নিক্ষেপ কৰিম। যিটো সি সহ্য কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074017.mp3"},{"index":"18","arabicText":"اِنَّهٗ فَكَّرَ وَقَدَّرَ ۟ۙ","assameseTranslation":"নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।","footnotes":"","tafseer":"এই কাফিৰজন, যাক মই সকলো ধৰণৰ নিয়ামত প্ৰদান কৰিছোঁ, সি এই কোৰআনখনক ভুল প্ৰমান কৰিবলৈ কি ক’ব লাগে সেয়া চিন্তা কৰিছে, আৰু অন্তৰত সেই বিষয়ে নিৰ্ণয় কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074018.mp3"},{"index":"19","arabicText":"فَقُتِلَ كَیْفَ قَدَّرَ ۟ۙ","assameseTranslation":"এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?","footnotes":"","tafseer":"এতেকে তাৰ প্ৰতি অভিসম্পাত হওক আৰু সি ধ্বংস হওক, সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074019.mp3"},{"index":"20","arabicText":"ثُمَّ قُتِلَ كَیْفَ قَدَّرَ ۟ۙ","assameseTranslation":"আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?","footnotes":"","tafseer":"আকৌ তাৰ প্ৰতি অভিশাপ হওক আৰু সি ধ্বংস হওক, সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074020.mp3"},{"index":"21","arabicText":"ثُمَّ نَظَرَ ۟ۙ","assameseTranslation":"তাৰ পিছত সি লক্ষ্য কৰিলে।","footnotes":"","tafseer":"তাৰ পাছত সি পুনৰ বিচাৰ কৰিলে, আৰু সি কোৱা কথাবোৰ ভাবি চিন্তি চালে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074021.mp3"},{"index":"22","arabicText":"ثُمَّ عَبَسَ وَبَسَرَ ۟ۙ","assameseTranslation":"তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।","footnotes":"","tafseer":"তাৰ পাছত যেতিয়া কোৰআনত কোনো ভুল ধৰিবলৈ কোনো উপায় বিচাৰি নাপালে, তেতিয়া সি নিজৰ মুখখন বিকৃত কৰিলে আৰু ভ্ৰুঁ কোচ খোৱালে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074022.mp3"},{"index":"23","arabicText":"ثُمَّ اَدْبَرَ وَاسْتَكْبَرَ ۟ۙ","assameseTranslation":"তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।","footnotes":"","tafseer":"তাৰ পাছত সি ঈমানৰ পৰা উভতিলে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ পৰা অহংকাৰ কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074023.mp3"},{"index":"24","arabicText":"فَقَالَ اِنْ هٰذَاۤ اِلَّا سِحْرٌ یُّؤْثَرُ ۟ۙ","assameseTranslation":"তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,","footnotes":"","tafseer":"তাৰ পাছত ক’লেঃ মুহাম্মদে লৈ অহা এই বাণী, আল্লাহৰ বাণী নহয়। বৰং এয়া হৈছে এক প্ৰকাৰ যাদু, যিটো আন কাৰোবাৰ পৰা নকল কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074024.mp3"},{"index":"25","arabicText":"اِنْ هٰذَاۤ اِلَّا قَوْلُ الْبَشَرِ ۟ؕ","assameseTranslation":"‘এয়াতো মানুহৰেই কথা’।","footnotes":"","tafseer":"এয়া আল্লাহৰ বাণী নহয় বৰং এইটো হৈছে মানুহৰ বাণী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074025.mp3"},{"index":"26","arabicText":"سَاُصْلِیْهِ سَقَرَ ۟","assameseTranslation":"অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।","footnotes":"","tafseer":"মই অনতিপলমে তাক জাহান্নামৰ এটা স্থান অৰ্থাৎ ছাক্বাৰত নিক্ষেপ কৰিম, য'ত সি জ্বলি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074026.mp3"},{"index":"27","arabicText":"وَمَاۤ اَدْرٰىكَ مَا سَقَرُ ۟ؕ","assameseTranslation":"আৰু কিহে তোমাক জনাব ছাক্বাৰ কি?","footnotes":"","tafseer":"হে মুহাম্মদ! আপোনাক কিহে জনাব যে ছাক্বাৰ কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074027.mp3"},{"index":"28","arabicText":"لَا تُبْقِیْ وَلَا تَذَرُ ۟ۚ","assameseTranslation":"ই তাক (জীৱিত থাকিবলৈও) অৱকাশ নিদিব আৰু (মৃত্যু হ’বলৈও) এৰি নিদিব।","footnotes":"","tafseer":"তাৰ ভিতৰত নিক্ষেপ কৰা কোনো বস্তুৰ একোৱে অৱশিষ্ট নাথাকে বৰং নিঃশেষ কৰি পেলায়। আকৌ সি পূৰ্বৰ দৰে হ’ব, আকৌ তাক নিঃশেষ কৰা হ'ব। এই ধাৰাবাহিকতা চলিয়ে থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074028.mp3"},{"index":"29","arabicText":"لَوَّاحَةٌ لِّلْبَشَرِ ۟ۚۖ","assameseTranslation":"ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।","footnotes":"","tafseer":"এই জাহান্নামৰ জুইৰ উত্তাপ প্ৰচণ্ড, তাৰ ছাল বাৰে বাৰে জ্বলাই পেলাব আৰু বাৰে বাৰে পৰিৱৰ্তন কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074029.mp3"},{"index":"30","arabicText":"عَلَیْهَا تِسْعَةَ عَشَرَ ۟ؕ","assameseTranslation":"ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।","footnotes":"","tafseer":"ইয়াৰ (ছাক্বাৰৰ) তত্ত্বাৱধানত তথা সংৰক্ষণত নিযুক্ত আছে ঊনৈশজন ফিৰিস্তা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074030.mp3"},{"index":"31","arabicText":"وَمَا جَعَلْنَاۤ اَصْحٰبَ النَّارِ اِلَّا مَلٰٓىِٕكَةً ۪ وَّمَا جَعَلْنَا عِدَّتَهُمْ اِلَّا فِتْنَةً لِّلَّذِیْنَ كَفَرُوْا ۙ لِیَسْتَیْقِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَیَزْدَادَ الَّذِیْنَ اٰمَنُوْۤا اِیْمَانًا وَّلَا یَرْتَابَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْمُؤْمِنُوْنَ ۙ وَلِیَقُوْلَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْكٰفِرُوْنَ مَاذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ؕ كَذٰلِكَ یُضِلُّ اللّٰهُ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ وَمَا یَعْلَمُ جُنُوْدَ رَبِّكَ اِلَّا هُوَ ؕ وَمَا هِیَ اِلَّا ذِكْرٰی لِلْبَشَرِ ۟۠","assameseTranslation":"আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছোঁ; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছোঁ, যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে; তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।","footnotes":"","tafseer":"আৰু আমি জাহান্নামৰ ৰক্ষক হিচাপে কেৱল ফিৰিস্তাসকলকেই নিযুক্ত কৰিছোঁ। যাৰ সৈতে প্ৰতিদ্বন্দিতা কৰাৰ ক্ষমতা মানুহৰ নাই। আমি তেওঁলোকৰ এই সংখ্যা কেৱল আল্লাহক অস্বীকাৰ কৰা লোকসকলক পৰীক্ষা কৰিবলৈহে নিৰ্ধাৰণ কৰিছোঁ। যাতে সিহঁতে এইবোৰ শুনি বিৰূপ মন্তব্য কৰে আৰু সিহঁতৰ শাস্তি বৃদ্ধি হৈ থাকে। যিসকল ইয়াহুদীক তাওৰাত দিয়া হৈছিল আৰু যিসকল খ্ৰীষ্টানক ইঞ্জিল দিয়া হৈছিল, কোৰআনৰ জৰিয়তে যাতে সিহঁতৰ কিতাপসমূহৰ সত্যতাৰ প্ৰতি বিশ্বাস আহে। ইয়াহুদী, খ্ৰীষ্টানসকলৰ সহমতৰ পাছত মুমিনসকলৰ বিশ্বাস অধিক বৃদ্ধি হয়। ইয়াহুদী, খ্ৰীষ্টান আৰু মুমিনসকলে যাতে কোনো সন্দেহত লিপ্ত নহয়, আৰু যাতে কাফিৰ আৰু মুৰতাদ বিলাকে কয়ঃ আল্লাহ এই বিচিত্ৰ সংখ্যাৰে ( ঊনৈশ) কি বুজাব বিচাৰিছে? যিদৰে এই সংখ্যাৰে অস্বীকাৰকাৰী বিলাকক পথভ্ৰষ্ট কৰা হৈছে আৰু ইয়াৰ স্বীকাৰকাৰীসকলক হিদায়ত দিয়া হৈছে, তেনেদৰে আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাক পথভ্ৰষ্ট কৰে, আৰু যাক হিদায়ত দিব বিচাৰে তাক হিদায়ত দিয়ে। (হে নবী) আপোনাৰ প্ৰতিপালকৰ সৈন্যবাহিনীৰ সংখ্যা তেওঁৰ বাহিৰে আন কোনেও নাজানে। জাহান্নাম হৈছে মানুহৰ বাবে শিক্ষা-সামগ্ৰী বিষয়, যাৰ পৰা সিহঁতে আল্লাহৰ মহানতাৰ অনুমান কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074031.mp3"},{"index":"32","arabicText":"كَلَّا وَالْقَمَرِ ۟ۙ","assameseTranslation":"কেতিয়াও নহয়, চন্দ্ৰৰ শপত,","footnotes":"","tafseer":"কথাষাৰ তেনেকুৱা নহয় যিদৰে কিছুমান মুশ্বৰিকে ভাবিছে যে, জাহান্নামৰ সংৰক্ষণত নিযুক্ত ফিৰিস্তাসকলক পৰাস্ত কৰিবলৈ সিহঁতেই যথেষ্ট। আল্লাহে চন্দ্ৰৰ শপত খাই এই কথাৰ বিৰোধিতা কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074032.mp3"},{"index":"33","arabicText":"وَالَّیْلِ اِذْ اَدْبَرَ ۟ۙ","assameseTranslation":"শপত ৰাতিৰ, যেতিয়া ইয়াৰ অৱসান ঘটে,","footnotes":"","tafseer":"আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া দিনৰ কিৰণ উঠি অহাৰ লগে লগে ই গুচি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074033.mp3"},{"index":"34","arabicText":"وَالصُّبْحِ اِذَاۤ اَسْفَرَ ۟ۙ","assameseTranslation":"প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়-","footnotes":"","tafseer":"প্ৰভাতৰ শপত কৰিছে, যেতিয়া ই ভালদৰে আলোকোজ্জ্বল হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074034.mp3"},{"index":"35","arabicText":"اِنَّهَا لَاِحْدَی الْكُبَرِ ۟ۙ","assameseTranslation":"নিশ্চয় জাহান্নাম হৈছে মহাবিপদসমূহৰ অন্যতম,","footnotes":"","tafseer":"(এইবোৰ শপত খোৱাৰ পাছত) বহুত ডাঙৰ পৰীক্ষাসমূহৰ ভিতৰত জাহান্নামৰ অগ্নিৰ শাস্তি হৈছে অন্যতম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074035.mp3"},{"index":"36","arabicText":"نَذِیْرًا لِّلْبَشَرِ ۟ۙ","assameseTranslation":"মানুহৰ বাবে সতৰ্ককাৰী-","footnotes":"","tafseer":"মানুহক ভয়-ভীতি দেখুৱাবলৈ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074036.mp3"},{"index":"37","arabicText":"لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّتَقَدَّمَ اَوْ یَتَاَخَّرَ ۟ؕ","assameseTranslation":"তোমালোকৰ মাজৰ যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।","footnotes":"","tafseer":"হে মানৱজাতি! (এই সতৰ্কবাণী) তোমালোকৰ মাজৰ প্ৰত্যেক সেই ব্যক্তিৰ বাবে, যিয়ে ঈমান আৰু সত্কৰ্মৰ জৰিয়তে আগবাঢ়িব বিচাৰে, অথবা কুফুৰী কৰি তথা অবাধ্য হৈ পাপকৰ্মৰ জৰিয়তে পিছুৱাব বিচাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074037.mp3"},{"index":"38","arabicText":"كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِیْنَةٌ ۟ۙ","assameseTranslation":"প্ৰত্যেক ব্যক্তি নিজৰ কৃতকৰ্মৰ বাবে দায়বদ্ধ,","footnotes":"","tafseer":"প্ৰত্যেক প্ৰাণীকেই তাৰ কৰ্ম অনুসাৰে জবাবদিহি কৰা হ’ব। ইয়াৰ ফলত হয়তো তাৰ কৰ্মই তাক ধ্বংস কৰি পেলাব, নাইবা তাক ধ্বংসৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074038.mp3"},{"index":"39","arabicText":"اِلَّاۤ اَصْحٰبَ الْیَمِیْنِ ۟ؕۛ","assameseTranslation":"কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,","footnotes":"","tafseer":"মুমিনসকলৰ বাহিৰে, কিয়নো তেওঁলোকক গুনাহৰ বাবে কৰায়ত্ত কৰা নহ'ব। তেওঁলোকে কৰা সত্কৰ্মৰ বাবে তেওঁলোকক ৰেহাই দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074039.mp3"},{"index":"40","arabicText":"فِیْ جَنّٰتٍ ۛ۫ یَتَسَآءَلُوْنَ ۟ۙ","assameseTranslation":"জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব,","footnotes":"","tafseer":"কিয়ামতৰ দিনা তেওঁলোকে জান্নাতত প্ৰৱেশ কৰিব, আৰু তাত তেওঁলোকে ইজনে সিজনক সুধিব,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074040.mp3"},{"index":"41","arabicText":"عَنِ الْمُجْرِمِیْنَ ۟ۙ","assameseTranslation":"অপৰাধীবিলাকৰ বিষয়ে,","footnotes":"","tafseer":"সেইবিলাক কাফিৰৰ বিষয়ে, যিসকলে গুনাহত লিপ্ত হৈ নিজকে ধ্বংস কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074041.mp3"},{"index":"42","arabicText":"مَا سَلَكَكُمْ فِیْ سَقَرَ ۟","assameseTranslation":"কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?","footnotes":"","tafseer":"তেওঁলোকে সিহঁতক সুধিবঃ কিহে তোমালোকক জাহান্নামত প্ৰৱেশ কৰাইছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074042.mp3"},{"index":"43","arabicText":"قَالُوْا لَمْ نَكُ مِنَ الْمُصَلِّیْنَ ۟ۙ","assameseTranslation":"সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ,","footnotes":"","tafseer":"সেই কাফিৰবিলাকে তেওঁলোকক এই বুলি উত্তৰ দি ক’বঃ আমি তেওঁলোকৰ অন্তৰ্ভুক্ত নাছিলোঁ যিসকলে পাৰ্থিৱ জীৱনত ফৰজ ছালাতসমূহ আদায় কৰি আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074043.mp3"},{"index":"44","arabicText":"وَلَمْ نَكُ نُطْعِمُ الْمِسْكِیْنَ ۟ۙ","assameseTranslation":"‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলোঁ,","footnotes":"","tafseer":"আৰু আমি দুখীয়াক আল্লাহে দিয়া আমাৰ ধন-সম্পদৰ পৰা আহাৰ কৰোৱা নাছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074044.mp3"},{"index":"45","arabicText":"وَكُنَّا نَخُوْضُ مَعَ الْخَآىِٕضِیْنَ ۟ۙ","assameseTranslation":"লগতে আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলোঁ।","footnotes":"","tafseer":"আৰু আমি সকলো ক্ষেত্ৰতে বাতিল পন্থীৰ লগত যোগ দিছিলোঁ আৰু পথভ্ৰষ্ট তথা পথচ্যুত হোৱা লোকৰ সৈতে বেহুদা আলোচনাত মগ্ন আছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074045.mp3"},{"index":"46","arabicText":"وَكُنَّا نُكَذِّبُ بِیَوْمِ الدِّیْنِ ۟ۙ","assameseTranslation":"আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলোঁ,","footnotes":"","tafseer":"আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074046.mp3"},{"index":"47","arabicText":"حَتّٰۤی اَتٰىنَا الْیَقِیْنُ ۟ؕ","assameseTranslation":"অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।","footnotes":"","tafseer":"মৃত্যুলৈকে অস্বীকাৰৰ এই ধাৰাবাহিকতা চলি আছিল, আৰু আমি চিৰকালৰ বাবে তাওবাৰ পৰা বঞ্চিত হৈছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074047.mp3"},{"index":"48","arabicText":"فَمَا تَنْفَعُهُمْ شَفَاعَةُ الشّٰفِعِیْنَ ۟ؕ","assameseTranslation":"এতেকে চুপাৰিছকাৰীসকলৰ চুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।","footnotes":"","tafseer":"এতেকে ফিৰিস্তা, নবী আৰু সদাচাৰীসকলৰ ছুপাৰিছে ক্বিয়ামতৰ দিনা সিহঁতৰ কোনো উপকাৰ নকৰিব। কিয়নো আল্লাহৰ ওচৰত ছুপাৰিছ গ্ৰহণ হ'বলৈ হ'লে, আল্লাহে সেই বান্দাৰ প্ৰতি সন্তুষ্ট হ'ব লাগিব, যাৰ বাবে ছুপাৰিছ কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074048.mp3"},{"index":"49","arabicText":"فَمَا لَهُمْ عَنِ التَّذْكِرَةِ مُعْرِضِیْنَ ۟ۙ","assameseTranslation":"এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে?","footnotes":"","tafseer":"এই কাফিৰ বিলাকক কিহে কোৰআনৰ পৰা বিমুখ কৰিছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074049.mp3"},{"index":"50","arabicText":"كَاَنَّهُمْ حُمُرٌ مُّسْتَنْفِرَةٌ ۟ۙ","assameseTranslation":"সিহঁত যেনিবা ভীত-সন্ত্ৰস্ত পলায়নৰত বনৰীয়া গাধ।","footnotes":"","tafseer":"সিহঁতৰ কোৰআনৰ পৰা বিমুখতা আৰু পলায়ন এনেকুৱা লাগে যেনিবা ভীতিগ্ৰস্ত হৈ পলায়ন কৰা বনৰীয়া গাধ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074050.mp3"},{"index":"51","arabicText":"فَرَّتْ مِنْ قَسْوَرَةٍ ۟ؕ","assameseTranslation":"যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।","footnotes":"","tafseer":"যিবোৰে সিংহৰ ভয়ত পলায়ণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074051.mp3"},{"index":"52","arabicText":"بَلْ یُرِیْدُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّؤْتٰی صُحُفًا مُّنَشَّرَةً ۟ۙ","assameseTranslation":"বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।","footnotes":"","tafseer":"বৰং এই মুশ্বৰিক বিলাকৰ মাজত প্ৰত্যেক ব্যক্তিয়ে বিচাৰে যে, তাৰ মূৰৰ ওচৰত এখন খোলা কিতাপ হওক যিয়ে সিহঁতক ক’ব যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। সিহঁতৰ এই ধাৰণা উপযুক্ত প্ৰমাণাদি কম বা দলিল দুৰ্বল হোৱাৰ কাৰণে নহয়, বৰং ইয়াৰ মূল কাৰণ হৈছে বিদ্বেষ আৰু অহংকাৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074052.mp3"},{"index":"53","arabicText":"كَلَّا ؕ بَلْ لَّا یَخَافُوْنَ الْاٰخِرَةَ ۟ؕ","assameseTranslation":"কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয়। বৰং সিহঁতে পথভ্ৰষ্টতাৰ ফালে ধাৱিত হোৱাৰ কাৰণে এনেকুৱা ধাৰণা পোষণ কৰে, লগতে সিহঁতে আখিৰাতৰ শাস্তিৰ প্ৰতিও বিশ্বাস পোষণ নকৰে। সেই কাৰণেই সিহঁতে কুফুৰীৰ ওপৰত অটল হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074053.mp3"},{"index":"54","arabicText":"كَلَّاۤ اِنَّهٗ تَذْكِرَةٌ ۟ۚ","assameseTranslation":"কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।","footnotes":"","tafseer":"শুনা! এই কোৰআন হৈছে এটা উপদেশ শিক্ষা আৰু স্মৃতি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074054.mp3"},{"index":"55","arabicText":"فَمَنْ شَآءَ ذَكَرَهٗ ۟ؕ","assameseTranslation":"গতিকে যিয়ে ইচ্ছা কৰিব সি উপদেশ গ্ৰহণ কৰিব,","footnotes":"","tafseer":"এতেকে যিয়ে কোৰআন পঢ়িব বিচাৰে আৰু তাৰ পৰা উপদেশ গ্ৰহণ কৰিব বিচাৰে, তেওঁ সেয়া পঢ়া উচিত আৰু উপদেশ গ্ৰহণ কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074055.mp3"},{"index":"56","arabicText":"وَمَا یَذْكُرُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ هُوَ اَهْلُ التَّقْوٰی وَاَهْلُ الْمَغْفِرَةِ ۟۠","assameseTranslation":"আৰু আল্লাহৰ ইচ্ছা অবিহনে কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে, একমাত্ৰ তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।","footnotes":"","tafseer":"আল্লাহে যেতিয়া ইচ্ছা কৰিব তেতিয়াহে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰিব। তেৱেঁই একমাত্ৰ সেই পৱিত্ৰ উপযুক্ত সত্তা, যাৰ আদেশ পালন কৰিব লাগে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিব লাগে। তেৱেঁই সেই সত্তা, যাৰ ওচৰত বান্দাসকলে ক্ষমা প্ৰাৰ্থনা কৰিলে, তেওঁ বান্দাসকলক ক্ষমা কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/074056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/074056.mp3"}]