[{"index":"1","arabicText":"اِذَا السَّمَآءُ انْشَقَّتْ ۟ۙ","assameseTranslation":"যেতিয়া আকাশখন ভাগি পৰিব,","footnotes":"","tafseer":"যেতিয়া আকাশখন ফাঁটি যাব, আৰু তাৰ পৰা ফিৰিস্তাসকল নামি আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084001.mp3"},{"index":"2","arabicText":"وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ۟ۙ","assameseTranslation":"আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।","footnotes":"","tafseer":"আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084002.mp3"},{"index":"3","arabicText":"وَاِذَا الْاَرْضُ مُدَّتْ ۟ؕ","assameseTranslation":"আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।","footnotes":"","tafseer":"আৰু যেতিয়া মহান আল্লাহে পৃথিৱীক সম্প্ৰসাৰিত কৰিব, যিদৰে ছাল সম্প্ৰসাৰণ কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084003.mp3"},{"index":"4","arabicText":"وَاَلْقَتْ مَا فِیْهَا وَتَخَلَّتْ ۟ۙ","assameseTranslation":"আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।","footnotes":"","tafseer":"আৰু তাৰ ভিতৰত থকা সম্পদৰ ভাণ্ডাৰ আৰু মৃতসকলক বাহিৰলৈ নিক্ষেপ কৰিব আৰু গৰ্ভশূন্য হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084004.mp3"},{"index":"5","arabicText":"وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ۟ؕ","assameseTranslation":"আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।","footnotes":"","tafseer":"আৰু ই তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰণীয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084005.mp3"},{"index":"6","arabicText":"یٰۤاَیُّهَا الْاِنْسَانُ اِنَّكَ كَادِحٌ اِلٰی رَبِّكَ كَدْحًا فَمُلٰقِیْهِ ۟ۚ","assameseTranslation":"হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তুমি তেওঁৰ সাক্ষাৎ লাভ কৰিব পাৰিবা।","footnotes":"","tafseer":"হে মানৱ! তুমি পৃথিৱীত যিবোৰ ভাল-বেয়া কাম কৰিছা, ক্বিয়ামতৰ দিনা সেইবোৰ তোমালোকে দেখিবলৈ পাবা, যাতে আল্লাহে তোমাক ইয়াৰ প্ৰতিদান দিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084006.mp3"},{"index":"7","arabicText":"فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ ۟ۙ","assameseTranslation":"এতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব;","footnotes":"","tafseer":"এতেকে যিজন ব্যক্তিক তাৰ আমলনামা সোঁ হাতত দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084007.mp3"},{"index":"8","arabicText":"فَسَوْفَ یُحَاسَبُ حِسَابًا یَّسِیْرًا ۟ۙ","assameseTranslation":"অত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।","footnotes":"","tafseer":"সেইজন ব্যক্তিৰ হিচাপ-নিকাচ আল্লাহে অতি সহজে গ্ৰহণ কৰিব। কোনো ধৰণৰ জবাবদিহি নকৰাকৈ কেৱল আমলবোৰ উপস্থাপন কৰাৰ মাধ্যমতে তেওঁলোকৰ হিচাপ গ্ৰহণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084008.mp3"},{"index":"9","arabicText":"وَّیَنْقَلِبُ اِلٰۤی اَهْلِهٖ مَسْرُوْرًا ۟ؕ","assameseTranslation":"আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;","footnotes":"","tafseer":"সেইজন ব্যক্তি নিজৰ আপোনজনলৈ প্ৰফুল্লচিত্তে উভতি যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084009.mp3"},{"index":"10","arabicText":"وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ وَرَآءَ ظَهْرِهٖ ۟ۙ","assameseTranslation":"আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,","footnotes":"","tafseer":"পক্ষান্তৰে যিজন ব্যক্তিক তাৰ আমলনামা (কৰ্মপত্ৰ) পিছফালৰ পৰা বাওঁ হাতত দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084010.mp3"},{"index":"11","arabicText":"فَسَوْفَ یَدْعُوْا ثُبُوْرًا ۟ۙ","assameseTranslation":"সি নিজৰ বাবে ধ্বংস মাতিব;","footnotes":"","tafseer":"সেইজন ব্যক্তিয়ে নিজৰ ধ্বংস আহ্বান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084011.mp3"},{"index":"12","arabicText":"وَّیَصْلٰی سَعِیْرًا ۟ؕ","assameseTranslation":"আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;","footnotes":"","tafseer":"আৰু সি জাহান্নামত প্ৰৱেশ কৰি জ্বলন্ত জুইত জ্বলি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084012.mp3"},{"index":"13","arabicText":"اِنَّهٗ كَانَ فِیْۤ اَهْلِهٖ مَسْرُوْرًا ۟ؕ","assameseTranslation":"নিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল,","footnotes":"","tafseer":"কাৰণ পৃথিৱীত সি কুফুৰী আৰু পাপকৰ্ম কৰি পৰিয়ালবৰ্গৰ মাজত বৰ আনন্দিত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084013.mp3"},{"index":"14","arabicText":"اِنَّهٗ ظَنَّ اَنْ لَّنْ یَّحُوْرَ ۟ۚۛ","assameseTranslation":"নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;","footnotes":"","tafseer":"নিশ্চয় সি ভাবিছিল যে, সি মৃত্যুৰ পিছত কেতিয়াও পুনৰুত্থিত নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084014.mp3"},{"index":"15","arabicText":"بَلٰۤی ۛۚ اِنَّ رَبَّهٗ كَانَ بِهٖ بَصِیْرًا ۟ؕ","assameseTranslation":"কিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।","footnotes":"","tafseer":"হয়, নিশ্চয় আল্লাহে তাক সেইদৰেই পুনৰুত্থিত কৰিব, যিদৰে তেওঁ তাক প্ৰথমবাৰ সৃষ্টি কৰিছিল। নিশ্চিতৰূপে তাৰ প্ৰতিপালক তাৰ সকলো অৱস্থা সম্পৰ্কে সম্যক অৱগত। তাৰ কোনো কৰ্মই আল্লাহৰ পৰা গোপন নাছিল, আৰু মহান আল্লাহে শীঘ্ৰেই তাক তাৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084015.mp3"},{"index":"16","arabicText":"فَلَاۤ اُقْسِمُ بِالشَّفَقِ ۟ۙ","assameseTranslation":"এতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ,","footnotes":"","tafseer":"মহান আল্লাহে সেই ৰঙা কিৰণৰ শপত কৰিছে, যিটো সূৰ্য্য মাৰ যোৱাৰ পিছত মহাকাশত থাকি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084016.mp3"},{"index":"17","arabicText":"وَالَّیْلِ وَمَا وَسَقَ ۟ۙ","assameseTranslation":"ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,","footnotes":"","tafseer":"লগতে শপত কৰিছে ৰাতিৰ আৰু ইয়াৰ মাজত যিবোৰৰ সমাবেশ ঘটে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084017.mp3"},{"index":"18","arabicText":"وَالْقَمَرِ اِذَا اتَّسَقَ ۟ۙ","assameseTranslation":"আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;","footnotes":"","tafseer":"তথা চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰি পূৰ্ণিমা চন্দ্ৰৰ ৰূপ লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084018.mp3"},{"index":"19","arabicText":"لَتَرْكَبُنَّ طَبَقًا عَنْ طَبَقٍ ۟ؕ","assameseTranslation":"নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।","footnotes":"","tafseer":"হে মানৱ! নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যাব লাগিব। যেনেদৰে শুক্ৰবিন্দুৰ পৰা ৰক্তপিণ্ডলৈ, তাৰ পৰা মাংসৰ টুকুৰালৈ, তাৰ পৰা জীৱনলৈ, তাৰ পৰা মৃত্যুলৈ, তাৰ পৰা পুনৰ জীৱিত হৈ উত্থিত হ’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084019.mp3"},{"index":"20","arabicText":"فَمَا لَهُمْ لَا یُؤْمِنُوْنَ ۟ۙ","assameseTranslation":"কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?","footnotes":"","tafseer":"তেন্তে এই কাফিৰসকলৰ কি হৈছে, ইহঁতে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে কিয়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084020.mp3"},{"index":"21","arabicText":"وَاِذَا قُرِئَ عَلَیْهِمُ الْقُرْاٰنُ لَا یَسْجُدُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?","footnotes":"","tafseer":"আৰু যেতিয়া সিহঁতৰ আগত কোৰআন তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কিয় নিজ প্ৰতিপালকৰ প্ৰতি ছাজদা নকৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084021.mp3"},{"index":"22","arabicText":"بَلِ الَّذِیْنَ كَفَرُوْا یُكَذِّبُوْنَ ۟ؗۖ","assameseTranslation":"বৰং কাফিৰসকলে অস্বীকাৰ কৰে।","footnotes":"","tafseer":"বৰং কাফিৰসকলে ৰাছুলে লৈ অহা কোৰআনক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084022.mp3"},{"index":"23","arabicText":"وَاللّٰهُ اَعْلَمُ بِمَا یُوْعُوْنَ ۟ؗۖ","assameseTranslation":"আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।","footnotes":"","tafseer":"সিহঁতৰ আন্তৰত যি আছে মহান আল্লাহে সেই সম্পৰ্কে সবিশেষ অৱগত আৰু সিহঁতৰ কোনো আমলে আল্লাহৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084023.mp3"},{"index":"24","arabicText":"فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟ۙ","assameseTranslation":"সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক সেই যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়ক, যাৰ বাবে সিহঁতে অপেক্ষা কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084024.mp3"},{"index":"25","arabicText":"اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ اَجْرٌ غَیْرُ مَمْنُوْنٍ ۟۠","assameseTranslation":"কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।","footnotes":"","tafseer":"কিন্তু যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান অৰ্থাৎ জান্নাত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/084025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/084025.mp3"}]