[{"index":"1","arabicText":"اِذَا زُلْزِلَتِ الْاَرْضُ زِلْزَالَهَا ۟ۙ","assameseTranslation":"পৃথিৱী যেতিয়া প্ৰবল কম্পনত প্ৰকম্পিত হ’ব,","footnotes":"","tafseer":"যেতিয়া ক্বিয়ামতৰ দিনা পৃথৱীক অতি প্ৰবলভাৱে প্ৰকম্পিত কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/099001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/099001.mp3"},{"index":"2","arabicText":"وَاَخْرَجَتِ الْاَرْضُ اَثْقَالَهَا ۟ۙ","assameseTranslation":"আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব,","footnotes":"","tafseer":"আৰু যেতিয়া পৃথিৱীয়ে তাৰ ভিতৰত থকা মৃতসকলকে আদি কৰি সকলো বস্তুকে বাহিৰলৈ উলিয়াই দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/099002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/099002.mp3"},{"index":"3","arabicText":"وَقَالَ الْاِنْسَانُ مَا لَهَا ۟ۚ","assameseTranslation":"আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল?","footnotes":"","tafseer":"আৰু যেতিয়া মানুহে ক্লান্ত হৈ ক’ব যে, পৃথিৱীৰ আকৌ কি হ’ল, ইমান প্ৰবলভাৱে কঁপি আছে কিয়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/099003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/099003.mp3"},{"index":"4","arabicText":"یَوْمَىِٕذٍ تُحَدِّثُ اَخْبَارَهَا ۟ؕ","assameseTranslation":"সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব,","footnotes":"","tafseer":"সেই ভীষণ দিনটোত পৃথিৱীয়ে তাৰ ওপৰত হোৱা ভাল- বেয়া কৰ্মৰ বৃত্তান্ত দাঙি ধৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/099004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/099004.mp3"},{"index":"5","arabicText":"بِاَنَّ رَبَّكَ اَوْحٰی لَهَا ۟ؕ","assameseTranslation":"কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে,","footnotes":"","tafseer":"কিয়নো মহান আল্লাহে এই বিষয়ে ভালকৈয়ে জানে, আৰু তেৱেঁই ইয়াক আদেশ দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/099005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/099005.mp3"},{"index":"6","arabicText":"یَوْمَىِٕذٍ یَّصْدُرُ النَّاسُ اَشْتَاتًا ۙ۬ لِّیُرَوْا اَعْمَالَهُمْ ۟ؕ","assameseTranslation":"সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়,","footnotes":"","tafseer":"সেই ভীষণ দিনটোত যেতিয়া পৃথিৱীক শক্তিশালীৰূপত প্ৰকম্পিত কৰা হ’ব। মানুহে হিচাপ-নিকাচৰ স্থানৰ পৰা দলবদ্ধভাৱে ওলাব, যাতে পৃথিৱীত কৰা সিহঁতৰ কৰ্মবোৰৰ দৃশ্য দেখিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/099006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/099006.mp3"},{"index":"7","arabicText":"فَمَنْ یَّعْمَلْ مِثْقَالَ ذَرَّةٍ خَیْرًا یَّرَهٗ ۟ؕ","assameseTranslation":"এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব।","footnotes":"","tafseer":"গতিকে যিয়ে সৰু এটা পৰুৱাৰ সমপৰিমাণ ওজনৰ সমান সৎকৰ্ম কৰিছে, সেয়া তেওঁ নিজৰ সন্মুখত দেখিবলৈ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/099007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/099007.mp3"},{"index":"8","arabicText":"وَمَنْ یَّعْمَلْ مِثْقَالَ ذَرَّةٍ شَرًّا یَّرَهٗ ۟۠","assameseTranslation":"আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।","footnotes":"","tafseer":"আনহাতে যিয়ে এটা পৰুৱাৰ ওজনৰ সমানো কু-কৰ্ম কৰিছে, সেইটোও সি নিজৰ সন্মুখত দেখিবলৈ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/099008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/099008.mp3"}]