বিভিন্ন ছহীহ হাদীছ গ্ৰন্থৰ অসমীয়া অনুবাদ আৰু বিষয়ভিত্তিক ব্যাখ্যা
ইমাম বুখাৰী (ৰহিঃ) দ্বাৰা সংকলিত মূল ছহীহ হাদীছসমূহ (অধ্যায় আৰু পৰিচ্ছেদ অনুসৰি)
৮৫০+ বিষয়ভিত্তিক বিশুদ্ধ হাদীছ, বিশদ ব্যাখ্যা, শিক্ষণীয় দিশ আৰু মাননিৰ্ণয়
ইমাম নৱৱী (ৰহিঃ) দ্বাৰা সংকলিত প্ৰসিদ্ধ মূল ৪০ হাদীছ আৰু তাৎপৰ্য