এটা বা দুয়োটা ক্লাছ কৰিব পাৰে, দুয়োটা ক্লাছ কৰিলে Rs.100 Discount
সকলো ক্লাছ প্ৰতিদিনে নিশা ৯:০০ বজাৰ পৰা Google Meet-ৰ জৰিয়তে হব। আপোনাৰ WhatsApp ত ক্লাছৰ লিংক share কৰা হব।
ইণ্টাৰনেট Speed ভাল নহলে ক্লাছ কৰাত অসুবিধা হব, গতিকে অনুগ্ৰহ কৰি এই ক্লাছত Register নকৰিব।